সমললৈ যাওক

ৰ’নাল্ডো

ৱিকিউদ্ধৃতিৰ পৰা
জানো বাবেই মই অলপ আঘাতপ্ৰাপ্ত হৈ পৰোঁ।

ৰ’নাল্ডো যাৰ সম্পূৰ্ণ নাম ৰ’নাল্ডো লুইচ নাজাৰিয়া ডি লিমা (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৭৬ চন) ব্ৰাজিলৰ এজন পেছাদাৰী ফুটবলাৰ যিয়ে Campeonato Brasileiro ক্লাব Corinthians ৰ বাবে ষ্ট্ৰাইকাৰ হিচাপে খেলে। তেওঁ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক সামগ্ৰিক গ’লদাতা। ৰোনাল্ডো ৰাষ্ট্ৰসংঘৰ সদিচ্ছা ৰাষ্ট্ৰদূতো।

  1. যদি তুমি নিজকে শ্ৰেষ্ঠ বুলি বিশ্বাস নকৰা, তেন্তে তুমি যিখিনি কৰিবলৈ সক্ষম, সেইখিনি কেতিয়াও কৰিব নোৱাৰা আৰু কেতিয়াও সেয়া লাভো কৰিব নোৱাৰা। কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ দ্বাৰাহে মানুহে কৰিব পৰা কামখিনি কৰি যাবলৈ আৰু সেইখিনি আদায় কৰিবলৈ সক্ষম।[]
  2. দৰিদ্ৰতাৰ অন্ত পেলোৱাৰ লক্ষ্য হাতৰ মুঠিত আছে আৰু ইতিমধ্যে দুখীয়াক উন্নত জীৱন দিবলৈ কাম কৰি থকা সংগঠনবোৰক জড়িত কৰি বা সমৰ্থন কৰি সকলোৱে ইয়াত অৰিহণা যোগাব পাৰে... জন্মৰ পৰাই হওক বা যুদ্ধৰ পৰিণতিতে হওক দৰিদ্ৰতাৰ জীৱনৰ বাবে কোনো নিৰ্দিষ্ট হোৱা উচিত নহয়।[]
  3. মোৰ ওজন নাজানো। জানিলে মই অলপ আঘাতপ্ৰাপ্ত হৈ পৰোঁ। মই ইচ্ছাকৃতভাৱে স্কেলত উঠি যোৱাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰোঁ।[]
  1. ঠাকুৰীয়া, প্ৰদীপ (২৪ মে’ ২০২৬). "খেলা-ধূলা কৰোঁ আহা". সাদিন ৩৮ (২০): ৭. 
  2. Speech for the United Nations
  3. On the controversy over his weight, as quoted in "Ronaldo Traumatized With His Weight" (April 2010), Inside World Soccer