সমললৈ যাওক

ৰুক্মিণী মৈত্ৰ

ৱিকিউদ্ধৃতিৰ পৰা
২০২৩ চনত ৰুক্মিণী

ৰুক্মিণী মৈত্ৰ (জন্ম: ২৭ জুন ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ফেশ্বন জগতত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত, মৈত্ৰই ২০১৭ চনত চেম্প ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ দেৱৰ সৈতে সাতখন ছবিত অভিনয় কৰিছে। ২০২১ চনৰ ছবি সনকত বিদ্যুৎ জামোৱালৰ বিপৰীতে তেওঁৰ বলিউডত অভিষেক ঘটে।

:w:
:w: