৭ মাৰ্চ
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
| “ৰাজহুৱা ঠাইত ব্যক্তিগত সকলো যন্ত্ৰণা হেঁচা মাৰি ৰাখি, শান্ত, নম্ৰভাৱে আচৰণ কৰিব পৰা শক্তি আহৰণ কৰিব পাৰিলে এক নিৰ্মল আনন্দ পোৱা যায়৷ এজন মানুহক ভাল ব্যৱহাৰ কৰিলোঁ, এজন মানুহৰ বিষয়ে ভালকৈ ক’লোঁ- এই ভাবটোৱে, এই কামটোৱে মনলৈ যে কি আনন্দ আনে, এনে কামে মনটো যে কিমান বহল কৰে, সেই উপলব্ধি এক ডাঙৰ সম্পত্তি৷” |
| ~ ড° ভবেন্দ্ৰ নাথ শইকীয়া ~ |
- ২০২৪
| “বন্ধুত্বৰ আৰম্ভণিৰ বাবে হাঁহি এটা একেবাৰেই বেয়া নহয়৷ সমাপ্তিৰ বাবেতো ই বহুগুণে উত্তম৷” |
| ~ অ'স্কাৰ ৱাল্ডে ~ |