হৰিহৰণ
অৱয়ব

হৰিহৰণ অনন্ত সুব্ৰমণি (জন্ম ৩ এপ্ৰিল ১৯৫৫) এগৰাকী ভাৰতীয় প্লেবেক, ভজন আৰু গজল গায়ক যিয়ে প্ৰধানকৈ তামিল, হিন্দী আৰু তেলেগু ভাষাত গায়।
হৰিহৰণ সম্পৰ্কে মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- তেওঁ সুৰটো লৈ আলাপ কৰে। তেওঁ আচৰিত ধৰণৰ আলাপ গায়। সাধাৰণতে তেওঁৰ এঘণ্টাৰ গায়কী ৰেকৰ্ডিং কৰি তাৰ পিছত সম্পাদনা কৰে। মাত্ৰ তেওঁৰ আলাপ কল্পনাতীত।(এ আৰ ৰহমান)[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ O2india (2022-04-21). Roja, Bombay–Ponniyin Selvan-Why Hariharan sings for AR Rahman-Rahman Music Sheets–Episode 34.