হেনৰি ডেভিড থ’ৰো
অৱয়ব
হেনৰি ডেভিড থ’ৰো(জন্ম: ১২ জুলাই, ১৮১৭- মৃত্যু: ৬ মে’, ১৮৬২) এজন আমেৰিকান দাৰ্শনিক, লেখক আৰু প্ৰকৃতিপ্ৰেমী আছিল। তেওঁ ট্ৰান্সচেণ্ডেণ্টেলিজম(Transcendentalism০ আন্দোলনৰ সৈতে জড়িত আছিল। তেওঁ সহজ জীৱন, স্বাৱলম্বিতা আৰু প্ৰকৃতিৰ সৈতে সম্পৰ্কৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ লেখাই সমাজ আৰু ব্যক্তিগত স্বাধীনতাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “অন্যায় আইনৰ আগত মূৰ নত কৰা মানে নিজেও অন্যায়ৰ অংশ লোৱা।” [১]
- “প্ৰকৃতি হৈছে সৰ্বশ্ৰেষ্ঠ শিক্ষক।” [২]
- “যি পথত মানুহ কম চলে, সেই পথত চলাতেই নতুনত্ব আছে।”[৩]
- “স্বাধীনতা মানে নিজৰ মতে সঁচাকৈ জীয়াই থকা।”[৪]