হিপোক্ৰেটিছ
অৱয়ব
হিপোক্ৰেটিছ( Hippocrates, জন্ম: খ্ৰীষ্টপূৰ্ব প্ৰায় ৪৬০ চন (গ্ৰীচ)-মৃত্যু: খ্ৰীষ্টপূৰ্ব প্ৰায় ৩৭০ চন) প্ৰাচীন গ্ৰীচৰ এজন মহান চিকিৎসক আছিল আৰু তেওঁক “চিকিৎসা-বিজ্ঞানৰ জনক” বুলি কোৱা হয়। তেওঁ চিকিৎসাত বৈজ্ঞানিক পদ্ধতি আৰু পৰ্যবেক্ষণৰ গুৰুত্ব দিছিল। চিকিৎসা বিজ্ঞান(Medicine)ৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতি গুৰুত্বপূর্ণ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “খাদ্যেই আপোনাৰ ঔষধ হওক।”[১]
- “ৰোগক নহয়, ৰোগীক বুজা অধিক গুৰুত্বপূর্ণ।”[২]
- “ৰোগৰ কাৰণ বিচাৰি পোৱা চিকিৎসাৰ প্ৰথম ধাপ।” [৩]
- “জীৱনশৈলীয়েই মানুহৰ স্বাস্থ্য নিৰ্ধাৰণ কৰে।” [৪]
- “অতিৰিক্ত সকলো বস্তু ক্ষতিকাৰক।” [৫]
(হিপোক্ৰেটিছৰ নামত সংৰক্ষিত লেখাসমূহ একেলগে “Hippocratic Corpus” নামেৰে জনা যায়)