হতাশা
অৱয়ব
হতাশা মানৱ মনৰ উৎসাহহীন অৱস্থা আৰু কাৰ্য্যকলাপৰ প্ৰতি আগ্ৰহহীন অৱস্থা।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কেতিয়াও হতাশ নহ’ব আৰু যদি কেতিয়াবা হতাশাত আপোনাৰ মন ভাগি পৰেও তথাপি নিজৰ কামত লাগি থাকিব। (এডমাণ্ড বাৰ্ক)[১]
- যি মানুহ হতাশ হ’ব নাজানে, তেওঁ জীয়াই থকাৰ দৰকাৰ নাই। (গ্যেটে)[১]
- অসত্যতাৰ প্ৰতি মুহূৰ্ততে হতাশা আছে। (কাৰ্লাইল)[১]
- হতাশাক মনৰ পৰা উলিয়াই আনি দূৰলৈ দলিয়াই পেলাওক, নিজৰ উদ্দেশ্যক ধিয়াই কাম কৰি চিন্তাৰে আগুৱাই যাওক। (ডেল কাৰ্নেগী)[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩৭৭। ISBN: 81-7206-117-5।