সমললৈ যাওক

সৰ্বানন্দ সোণোৱাল

ৱিকিউদ্ধৃতিৰ পৰা

সৰ্বানন্দ সোণোৱাল (ইংৰাজী: Sarbananda Sonowal; জন্ম: ৩১ অক্টোবৰ, ১৯৬১) এজন ৰাজনীতিবিদ আৰু অসমৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।