স্মৃতি মান্ধানা
অৱয়ব

স্মৃতি মান্ধানা (জন্ম-১৮ জুলাই ১৯৯৬) হৈছে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰে৷ মহিলা প্ৰিমিয়াৰ লীগত তেওঁ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে৷[১][২][৩]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমাৰ আগতে খেলাসকলৰ প্ৰচেষ্টা, আৰু আমি সকলো মিলি এটা সম্প্ৰদায় হৈছোঁ আৰু এইদৰে একেলগে ৰখাতহে এই কাম সম্ভৱ হৈ উঠিছে। কল্পনা কৰকচোন সেই প্ৰাক্তন মহিলা ক্ৰিকেটাৰসকলে, যিসকলে ৩০-৪০ বছৰ আগতে বেছি নাপালেও খেলি থাকিল। তেওঁলোকে আমাৰ বৰ্তমানৰ বাস্তৱতাক সম্ভৱ কৰি তুলিছিল৷
- পুৰুষৰ ক্ৰিকেট আৰু মহিলা ক্ৰিকেটৰ তুলনা মোৰ ভাল নালাগে৷
- মাথোঁ এটা বেলেগ খেল৷ আমাক একেটা শ্ৰেণীতে ৰাখিব নালাগে৷
- প্ৰথম অৱস্থাত যেতিয়া টেনিছ খেল হিচাপে গঢ় লৈ উঠিছিল, তেতিয়া বিভিন্ন খেলুৱৈৰ চাৰ্ভ ৰেটৰ মাজত তুলনা কৰা হৈছিল। এতিয়া ই এনে এটা পৰ্যায় পাইছেগৈ যে ৰজাৰ ফেডাৰেৰৰ দৰেই ছেৰেনা উইলিয়ামছৰ শলাগ লোৱা হৈছে। ক্ৰিকেটতো সেই ঠাই পোৱাৰ সময় আহি পৰিছে৷
- Smriti Mandhana: “I don’t like the comparison between men’s cricket and women’s cricket, VOGUEIndia, 9 December 2022 by Akanksha Kamath
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ "WPL Auction 2023: Royal Challengers Bangalore Buys Smriti Mandhana For Whopping Rs 3.40 Cr". English Jagran. 13 February 2023. Retrieved 13 February 2023
- ↑ Smriti Mandhana". ESPNcricinfo. Retrieved 6 April 2014
- ↑ Smriti Mandhana's journey from following her brother to practice to becoming a pivotal India batsman". ESPNcricinfo. Retrieved 4 May 2016.