স্ব-নিৰ্বাচিত কবিতা (অৱনী চক্ৰৱৰ্তী)
অৱয়ব
(স্ব-নিৰ্বাচিত কবিতা,অৱনী চক্ৰৱৰ্তীৰ পৰা পুনঃনিৰ্দেশিত)
স্ব-নিৰ্বাচিত কবিতা কবি অৱনী চক্ৰৱৰ্তীৰ এখন কাব্য সংকলন। বি.এম পাব্লিচাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছে প্ৰকাশ কৰা এই কাব্য সংকলনখন প্ৰথম প্ৰকাশ হৈছিল ২০০৪ চনৰ নৱেম্বৰত আৰু দ্বিতীয় প্ৰকাশ ২০২৩ বৰ্ষৰ নৱেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "জীৱন যেতিয়া ইমান সুৰীয়া
নাভাবিবা মাখি হৈ
গালত পৰিম।"[১] - "বাটত পোৱা জ্ঞানে মুখ টিপি হাঁহে
মই ভোকৰ ভকত
উত্তম শব্দৰ নাজানো ৰূপৰ ভাবনা"[২] - "কিমান ফল সৰিল।নিভিজা মাটিত নগজিল
কত গুটি।ওলাই আহিল এজন আইনষ্টাইন।
পিচাৰ হেলনীয়া বিচাৰি গেলিলি।"[৩]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ চক্ৰৱৰ্তী, অৱনী (নৱেম্বৰ, ২০২৩)। স্ব-নিৰ্বাচিত কবিতা। বি.এম পাব্লিচাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছ, উদ্যোগ পাম,বামুণীমৈদাম, গুৱাহাটী-২১, পৃষ্ঠা:১৩।
- ↑ চক্ৰৱৰ্তী, অৱনী (নৱেম্বৰ, ২০২৩)। স্ব-নিৰ্বাচিত কবিতা। বি.এম পাব্লিচাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছ, উদ্যোগ পাম,বামুণীমৈদাম, গুৱাহাটী-২১, পৃষ্ঠা:৪৫।
- ↑ চক্ৰৱৰ্তী, অৱনী (নৱেম্বৰ, ২০২৩)। স্ব-নিৰ্বাচিত কবিতা। বি.এম পাব্লিচাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছ, উদ্যোগ পাম,বামুণীমৈদাম, গুৱাহাটী-২১, পৃষ্ঠা:৮২।