সমললৈ যাওক

স্বাতী মালিৱাল

ৱিকিউদ্ধৃতিৰ পৰা
২০১৫ চনত স্বাতী মালিৱাল

স্বাতী মালিৱাল (জন্ম ১৫ অক্টোবৰ ১৯৮৪) এগৰাকী ভাৰতীয় কৰ্মী আৰু ৰাজনীতিবিদ যিয়ে ২০১৫ চনৰ জুলাই মাহৰ পৰা দিল্লী আয়োগৰ বৰ্তমানৰ অধ্যক্ষ।মালিৱাল আছিল সমাজ কৰ্মী আন্না হাজাৰে আৰু অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত ভাৰত দুৰ্নীতি বিৰোধী আন্দোলনৰ মূল সদস্য।

  1. শেষত আদালতে ক’লে যে আমি আপোনাৰ চিন্তাক উপলব্ধি কৰোঁ, কিন্তু আইনখন দুৰ্বল, আমি একো কৰিব নোৱাৰোঁ।[]
  2. অপৰাধীৰ মনত আইনৰ প্ৰতি সম্পূৰ্ণভাবে ভয়ৰ ভাৱ নোহোৱা হোৱাটো এতিয়া এটা প্ৰতিষ্ঠিত সত্য আৰু তাৰ পৰিৱৰ্তে ব্যৱস্থাটোৰ শিথিলতাই তেওঁলোকক দেশৰ নাৰীৰ বিৰুদ্ধে ভয়ানক অপৰাধ সংঘটিত কৰিবলৈ সাহস দিয়ে।[]
  1. Reuters, accessed May 1, 2021
  2. Zee News, accessed May 9, 2021