সুনীল গাভাস্কাৰ
অৱয়ব

সুনীল গাভাস্কাৰ (জন্ম ১০ জুলাই ১৯৪৯) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। ১৯৭০-১৯৮০ চনত বম্বে ক্ৰিকেট দল আৰু ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ তেওঁ খেলিছিল। তেওঁক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অ’পেনিং বেটছমেন হিচাপে বহুলভাৱে গণ্য কৰা হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই ভাবোঁ যে, যোৱা এবছৰমানৰ ভিতৰতে বিৰাট কোহলীৰ যুগ এটা দেখিবলৈ পাইছোঁ। টেষ্টৰ অধিনায়কত্ব লোৱাৰ পিছৰে পৰা ভাৰতীয় ক্ৰিকেটৰ ক্ষেত্ৰত এতিয়া তেওঁ সম্পূৰ্ণ বেলেগ ধাৰা সৃষ্টি কৰিবলৈ ওলাইছে। মই ভাবোঁ ভাৰতীয় ক্ৰিকেটৰ এই যুগটো এটা অতি মনোৰঞ্জনমূলক যুগ হ’বলৈ গৈ আছে।[১]
- অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাটে ১০০ শতাংশতকৈ অধিক ৰান দি ভাৰতক ছেমিফাইনেলত প্ৰৱেশ কৰোৱায়। বিৰাট কোহলীৰ দৰে সংকটৰ মাজত থাকিও দৃঢ় হৈ থকা কাকো দেখা নাই। তেওঁ কল্পনাৰ বাহিৰত। সীমিত অভাৰৰ এজন শ্ৰেষ্ঠ বেটছমেন।[২]
- এম এছ ধোনীয়ে কি কৰিব লাগে জানিছিল। তেওঁৰ পৰিকল্পনাই দেখুৱাইছিল যে, তেওঁ নিজৰ খেলৰ শীৰ্ষত আছে। লগতে ভাৰতক সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ চেষ্টা কৰাৰ সময়ত খেলুৱৈসকলৰ দায়বদ্ধতালৈ লক্ষ্য কৰি আছিল।[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ https://sports.ndtv.com/icc-world-twenty20-2016/virat-kohli-proves-his-era-has-begun-after-guiding-india-into-world-t20-semifinals-1485684
- ↑ https://sports.ndtv.com/icc-world-twenty20-2016/virat-kohli-proves-his-era-has-begun-after-guiding-india-into-world-t20-semifinals-1485684
- ↑ https://indianexpress.com/article/sports/cricket/india-vs-bangladesh-ms-dhoni-praised-after-1-run-win-against-bangladesh/