সমললৈ যাওক

সাগৰ থেকে ফেৰা

ৱিকিউদ্ধৃতিৰ পৰা

সাগৰ থেকে ফেৰা প্ৰেমেন্দ্ৰ মিত্ৰৰ দ্বাৰা ৰচিত এখন কবিতা পুথি।[] এইখন বাংলা ভাষাৰ এখন জনপ্ৰিয় কবিতা সংকলন। ১৯৫৬ চনত ইণ্ডিয়ান এছ’চিয়েটেড পাব্লিছিং কোম্পানী প্ৰাইভেট লিমিটেডৰ দ্বাৰা এইখন প্ৰকাশিত হয়৷ গ্ৰন্থখন সাহিত্যিক তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়ৰ নামত উৎসৰ্গা কৰা হৈছিল। ১৯৫৭ চনত সাহিত্য অকাডেমীয়ে এই কবিতা সংকলনৰ বাবে প্ৰেমেন্দ্ৰ মিত্ৰক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰে।[] পিছলৈ এই গ্ৰন্থখনক ৰবীন্দ্ৰ পুৰস্কাৰেৰে সন্মানিত কৰা হয়।[]

  1. কিন্নৰ ৰায়. প্ৰেমেন্দ্ৰ মিত্ৰকে যেমন দেখেছি. আহৰণ কৰা হৈছে: 22 এপ্ৰিল 2025.
  2. AKADEMI AWARDS (1955-2024). আহৰণ কৰা হৈছে: 22 এপ্ৰিল 2025.
  3. Sagar Theke Phera. আহৰণ কৰা হৈছে: 22 এপ্ৰিল 2025.