| “আজি বিহুৱেই হওক বা ঝুমুৰ এই পৰম্পৰাগত গীতসমূহক আমি ধৰি ৰাখিব লাগিব।যদি আজিৰ শিল্পীসকলে ইয়াৰ ওপৰত কাম কৰি যায়।তেন্তে নিশ্চয় ভাল দিন আহিব।অলপ সলনি হ'ব পাৰে কিন্তু থাকিব।আমি সকলোৱে চেষ্টা কৰি আছো যাতে ই লুপ্তমুখী হৈ নাযাওক। জাতিটো যিমানদিন থাকিব ঝুমুৰ সিমান দিন থাকিব।”
|