সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ফেব্ৰুৱাৰী-২০২৫/৫

ৱিকিউদ্ধৃতিৰ পৰা
“সংসাৰখন সঁচাই এখন থিয়েটাৰ।কিছুমানে ভাও দিয়ে,কিছুমানে চায়।ভাৱৰীয়াৰো আনন্দ আৰু দৰ্শকৰো আনন্দ।দুয়োবিধৰ সংমিশ্ৰনতহে থিয়েটাৰ সম্পূৰ্ণ হয়।”
~ যোগেশ দাস ~