সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ফেব্ৰুৱাৰী-২০২৫/১২

ৱিকিউদ্ধৃতিৰ পৰা
“গদ্যৰ এটা শৃঙ্খলা আছে। গদ্য বহু দূৰ আৱেগবৰ্জিত হোৱাৰ থল আছে। কিন্তু গদ্য যে সদায়ে যুক্তিবাদী তাৰ কোনো মানে নাই। গদ্যৰ বাক্যগাঁথনিৰ বেলিকা নিশ্চয় এটা শৃঙ্খলা আছে আৰু সভ্যতা আগ বঢ়াৰ লগে লগে গদ্যৰ বিকাশ অতি চকুত পৰা ধৰণে হৈ আহিছে।”
~ কবীন ফুকন ~