সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৫/৩

ৱিকিউদ্ধৃতিৰ পৰা
“যুক্তিমনস্ক মানুহৰ কেতবোৰ সুচিন্তিত অগতানুগতিক আচৰণ একোটা বৌদ্ধিক বিবৃতি (intellectual statement)। পৰম্পৰাৰ লগত খাপ নোখোৱা এনে আচৰণবোৰে যুক্তিবাদীজনৰ চিন্তাৰ স্বাতন্ত্ৰ্যকহে প্ৰতিফলিত কৰে।”
~ প্ৰসেনজিৎ চৌধুৰী ~