সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৪/২৮

ৱিকিউদ্ধৃতিৰ পৰা
“ক্ৰিয়াই অনুভূতিক অনিসৰণ কৰি চলে, কিন্তু বাস্তৱত ক্ৰিয়া আৰু অনুভূতি একেলগে গতি কৰে৷ যি ইচ্ছাৰ অনুৱৰ্তী, সিয়েই ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে, আমি পৰোক্ষভাৱে অনুভূতিক নিয়ন্ত্ৰণ কৰিব পাৰোঁ৷ সেয়ে আমি নিজকে সাহসী কৰি তুলিবলৈ হ’লে আমাৰ ইচ্ছাক নিয়ন্ত্ৰণত ৰাখিব লাগিব৷ আৰু সেই কাম কৰিব পাৰিলেই আমাৰ মনৰ পৰা ভয় ভাৱ দূৰ হৈ যাব৷”
~ উইলিয়াম জেমছ ~