সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৪/২৭
অৱয়ব
| “মৃত্যুৰ পিছত আত্মাৰ অস্তিত্ব থাকে নে নাথাকে, সেই বিষয়ে মই কোনো চিন্তা কৰিব নোখোজোঁ। সকলো প্ৰাণীৰে এদিন নহয় এদিন বিনাশ হ’বই। তেনেস্থলত মৃত্যুৰ পিছত মই কিয় জীয়াই থাকিব লাগে? অমৰত্বৰ প্ৰতি মোৰ কোনো বাসনা নাই।” |
| ~ ছিগমুণ্ড ফ্ৰয়েড ~ |