সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৪/২৩
অৱয়ব
| “নিজৰ কাব্যিক চেতনা বা অনুভৱখিনিক লৈ এজন কবি কাহানিও অকলশৰে কেৱল নিজৰ জগতখনতেই বিচৰণ কৰি থাকিব নোৱাৰে, ইচ্ছাকৃত ভাবেই হওক বা অনিচ্ছাকৃত ভাবেই হওক, সমাজখনৰ সৈতে তেওঁ সম্পৰ্কিত হোৱাটো অৱধাৰিত।” |
| ~ নীলিম কুমাৰ ~ |