সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৫/৩১

ৱিকিউদ্ধৃতিৰ পৰা
“মা-দেউতাৰ পিছতে আমি প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগিব৷ প্ৰকৃতিক ভালপোৱাজনেই পৃথিৱীক ভাল পাব আৰু পৃথিৱীক ভাল পোৱাজনেহে বিশ্বৰ প্ৰাণী জগতখনক ভাল পাব পাৰিব৷”
~ যাদৱ পায়েং ~