সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৫/২৯

ৱিকিউদ্ধৃতিৰ পৰা
“হৃদয়ৰ আৱেগ- অনুভূতিৰ কেৱল লিখিত ৰূপেই কবিতা নহয়, তাক নিৰ্মাণ কৰিব লাগিব, সি এক 'শিল্প' হৈ ফুটি উঠিব লাগিব। হৃদয়ৰ আৱেগ- অনুভূতিখিনিতো কেঁচা- মালহে (raw material), তাক আমি নিৰ্মাণ কৰিলেহে ই কবিতা ৰূপত শিল্প হৈ পৰিব।”
~ নীলিম কুমাৰ ~