সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৫/২২

ৱিকিউদ্ধৃতিৰ পৰা
“মানুহে নিজৰ মনৰ ভিতৰত আন কোনো মানুহে নজনাকৈ যিটো গোপন জীৱন যাপন কৰে সেইটোৱেই হ’ল তেওঁৰ আচল জীৱন৷ সেই গোপন জীৱনটো যাপন কৰিহে তেওঁ জীয়াই থকাৰ প্ৰকৃত আনন্দ অনুভৱ কৰে৷”
~ হোমেন বৰগোহাঞি ~