সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৫/১৯

ৱিকিউদ্ধৃতিৰ পৰা
“কাম কৰা মানেই জীৱনৰ এটা উদ্দেশ্য থকা। উদ্দেশ্যেহীন জীৱন অতিশয় যন্ত্ৰণাদায়ক। সি মৃত্যুৰ কাৰণে কষ্টকৰ দীঘলীয়া প্ৰতীক্ষাৰ বাহিৰে আন একো নহয়।”
~ হোমেন বৰগোহাঞি ~