সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৫/১৮

ৱিকিউদ্ধৃতিৰ পৰা
“মানুহৰ জীৱনটো এক দীঘলীয়া যাত্ৰা। এক ভ্ৰমণ। কেতিয়াবা এই যাত্ৰা ৰেলৰ দৰে ষ্টেচনবোৰত ৰৈ যায়। কেতিয়াবা উৰাজাহাজৰ দৰে হঠাতে পোৱা যায় গন্তব্যস্থান আৰু কেতিয়াবা গৰু গাড়ীৰ যাত্ৰাৰ দৰে। ধীৰ আৰু বেছ লেহেম।”
~ ড° আকাশীতৰা ~