| “প্ৰেম এক বিশুদ্ধ কবিতা, সকলো মিছাৰ উৰ্দ্ধত। ভাগি-ছিগি যোৱাৰ পাছতো যিখিনি ৰৈ যায়, সেইখিনিতেই থাকি যায় প্ৰেম। মৰি যোৱাৰ পিছতো যদি ক'ৰবাত কিবা এটা জীয়াই থাকে, বুজিব, সেয়া প্ৰেম; লাগিলে ৰৈ যোৱাখিনি বিষেই নহওক কিয়! বিষাই আছে মানেইতো আপুনি মৰি যোৱা নাই, অনুভূতিহীন হৈ শেষ হৈ যোৱা নাই।”
|
| ~ চন্দনা পাঠক ~
|
|
|
|