সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৫/২
অৱয়ব
| “মুখস্থ কৰাটো এটা অতি হ্ৰস্বম্যাদী প্ৰক্ৰিয়া। মই মুখস্থ বিদ্যাৰ ঘোৰ বিৰোধিতা কৰোঁ। মুখস্থই যান্ত্ৰিক হোৱাৰ প্ৰশিক্ষণহে দিয়ে। ই জ্ঞান আহৰণত মুঠেই সহায় নকৰে, বৌদ্ধিক উৎকৰ্ষসাধন দূৰৰ কথা। স্কুলীয়া অৱস্থাৰপৰাই আমি এই পদ্ধতিক হেয় চকুৰে চাবলৈ শিকাব লাগিব।” |
| ~ অনুপম শইকীয়া (গণিতজ্ঞ) ~ |