সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৫/৩১

ৱিকিউদ্ধৃতিৰ পৰা
“আজিৰ অসমত যিসকল 'সমালোচকে' নন্দনতত্ত্ব লৈ আলোচনা কৰি আছে, বা কৰিব খুজিছে তেওঁলোকৰ বেছিভাগেই সৌন্দৰ্য্যবোধৰ প্ৰয়োগত অনভি‍জ্ঞ বুলি ক'লে অত্যুক্তি কৰা নহয় বুলি মই ভাবোঁ৷ প্ৰত্যক্ষভাৱে যিসকল 'সমালোচক', তেওঁলােকৰ শিল্প কিম্বা সাহিত্যৰ সৈতে কিঞ্চিত 'একাডেমিক' ধৰণৰ পৰিচয় থাকিলেও নন্দনতত্ত্ব বা তাৰ সৈতে জডি়ত সৌন্দৰ্য্য দৰ্শনৰ ব্যৱহাৰিক বিচাৰ আৰু পদ্ধতিৰ সৈতে যথাযথ পৰিচয় হোৱা নাই৷”
~ ভূপেন হাজৰিকা ~