সদ্গুৰু
অৱয়ব
সদ্গুৰু ( ইংৰাজী:Sadhguru, জন্ম ১৯৫৭) আচল নাম জগ্গী বাসুদেৱ, হৈছে এজন ভাৰতীয় যোগী, আধ্যাত্মিক শিক্ষক আৰু লেখক। তেওঁ ইছা ফাউণ্ডেচন নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰিছিল, যি বিশ্বজুৰি যোগ, ধ্যান আৰু মানৱকল্যাণমূলক কাম কৰে। তেওঁৰ শিক্ষাসমূহ মূলত আত্ম-উন্নয়ন, সচেতনতা, অন্তৰ্দৃষ্টি আৰু মানৱ জীৱনৰ গভীৰ অৰ্থ বুজাৰ ওপৰত কেন্দ্ৰিত। তেওঁ আধ্যাত্মিকতা সহজ ভাষাত বুজুৱাৰ বাবে জনপ্ৰিয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “তুমি নিজৰ ভিতৰত শান্তি নাপালে, বাহিৰত কেতিয়াও নাপাবা।”[১]
- “প্ৰেম মানে কোনো সম্পৰ্ক নহয়, ই এটা অৱস্থা।”[২]
- “যি মানুহে নিজক বুজে, তেওঁ জগতকো বুজিব পাৰে।”[৩]
- যদি তুমি সমস্যা বোৰক সজাই পৰাই ৰাখা তেন্তে তুমি তাৰ পৰা পৰিত্ৰাণ নাপাবও পাৰা।[৪]