সমললৈ যাওক

ষ্টিভ জব্‌ছ

ৱিকিউদ্ধৃতিৰ পৰা

ষ্টিভ জব্‌ছ (ইংৰাজী:Steve Jobs;ফ্ৰেব্ৰুৱাৰী২৪,১৯৫৫-অক্টোবৰ৫,২০১১) আছিল এজন বিশ্বপ্ৰসিদ্ধ উদ্যোগপতি,উদ্ভাৱক আৰু এপল ইনকৰ্পৰেটেডৰ সহ-প্ৰতিষ্ঠাতা। তেখেতৰ সম্পূৰ্ণ নাম ষ্টিভেন প’ল জব্‌ছ। তেওঁ ব্যক্তিগত কম্পিউটাৰ, স্মাৰ্টফোন, আইফোন, আইপেড আদি উৎপাদনৰ জৰিয়তে প্ৰযুক্তিৰ জগতত নতুন দিশ আৰু ডিজিটেল মিডিয়া জগতত বিপ্লৱ সূচনা কৰিছিল। তেওঁৰ সৃষ্টিশীলতা, দৃষ্টিভংগী আৰু নেতৃত্বই তেওঁক বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে পৰিচয় কৰাই দিছিল।

  1. “কেতিয়াবা জীৱনে তোমাৰ মূৰত ইটাৰে আঘাত কৰিব পাৰে। তথাপিও বিশ্বাস নেহেৰুৱাবা। []
  2. “সদায় জানিবলৈ ক্ষুধাৰ্ত হৈ থাকিবা, সদায় নিজকে অজ্ঞান বুলি ভাবি শিকিবলৈ আগ্ৰহী হৈ থাকিবা।[]
  3. “গুণগত মান, পৰিমাণতকৈ অধিক গুৰুত্বপূর্ণ। দুটা সৰু সফলতাতকৈ এটা ডাঙৰ সফলতা বহুত ভাল।[]
  4. “সময় সীমিত; সেয়ে আন কাৰোবাৰ জীৱন অনুসৰণ কৰি সময় নষ্ট নকৰিবা।”[]
  1. ”The Essential Steve Jobs (২০১১)
  2. ”Stanford Commencement Speech 2005 (২০০৫)
  3. ”Steve Jobs (২০১১)
  4. Stanford Commencement Speech 2005 (২০০৫)