শৰৎচন্দ্ৰ চট্টোপাধ্যায়
অৱয়ব
শৰৎচন্দ্ৰ চট্টোপাধ্যায়, বা শৰৎচন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ছাত্ৰসভায় ভাষণ. আহৰণ কৰা হৈছে: 29 মে' 2026.