সমললৈ যাওক

শ্বিৰিন এবাদী

ৱিকিউদ্ধৃতিৰ পৰা
২০১৭ চনত শ্বিৰিন এবাদী

শ্বিৰিন এবাদী (জন্ম ২১ জুন ১৯৪৭) ইৰাণৰ এজন অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মী। ২০০৩ চনৰ ১০ ডিচেম্বৰত এবাদীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ইৰাণী আৰু এই বঁটা লাভ কৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়।

  1. ইৰাণত মানৱ অধিকাৰৰ হকে কাম কৰা যিকোনো ব্যক্তিয়ে জন্মৰ পৰা মৃত্যুলৈকে ভয়ৰ সৈতে জীয়াই থাকিব লাগিব, কিন্তু মই মোৰ ভয়ক জয় কৰিবলৈ শিকিছোঁ।[]