সমললৈ যাওক

শেষ বাটৰ ছাঁ

ৱিকিউদ্ধৃতিৰ পৰা

শেষ বাটৰ ছাঁ নেওগ ৰচিত এখন গল্প সংকন৷ সংকলনখনৰ প্ৰকাশক জে এছ পাবিলকেশ্বনছ আৰু ২০২৫ চনত প্ৰথম প্ৰকাশ হৈছিল৷

  1. "কোনো ডিজিটেল পৃথিৱীৰ ম'টিভেচনেল স্পীচ শুনোৱাই অনুকল্পক উদ্বুদ্ধ কৰাতকৈ তাক মেলি দিব পৃথিৱীৰ সৰ্বোত্তম মটিভেচনেল স্পীকাৰ প্ৰকৃতিৰ কোলাত।"[]
  2. "যোৱা নিজৰ ডেউকাৰে ভ্ৰমি আহা এহেজাৰ বাট আৰু সমৃদ্ধ কৰি আহা সমুদ্ৰক।"[]
  3. "প্ৰকৃতি হ'ল ঈশ্বৰৰ অন্য ৰূপ। প্ৰকৃতিৰ স'তে সংলগ্ন হৈ থাকক ঈশ্বৰৰ সন্ধান পাব।"[]
  4. "আচলতে ফুলবোৰ ফুলৰ দৰেই ৰ'ব আৰু সুগন্ধবোৰ মেৰিয়াই সুগন্ধময় হৈ থাকিব সদায়। কাৰণ প্ৰস্ফুটিত হোৱাটো যে ফুলৰ প্ৰাথমিক চৰ্ত।"[]
  1. নেওগ, কাকলি‍ (২০২৫)। শেষ বাটৰ ছাঁ। জে এছ পাবিলকেশ্বনছ, গুৱাহাটী - ১, অসম, পৃষ্ঠা:২৭। ISBN: 978-81-993725-5-9
  2. নেওগ, কাকলি‍ (২০২৫)। শেষ বাটৰ ছাঁ। জে এছ পাবিলকেশ্বনছ, গুৱাহাটী - ১, অসম, পৃষ্ঠা:৩৪। ISBN: 978-81-993725-5-9
  3. নেওগ, কাকলি‍ (২০২৫)। শেষ বাটৰ ছাঁ। জে এছ পাবিলকেশ্বনছ, গুৱাহাটী - ১, অসম, পৃষ্ঠা:৮৪। ISBN: 978-81-993725-5-9
  4. নেওগ, কাকলি‍ (২০২৫)। শেষ বাটৰ ছাঁ। জে এছ পাবিলকেশ্বনছ, গুৱাহাটী - ১, অসম, পৃষ্ঠা:১২০। ISBN: 978-81-993725-5-9