শিক্ষা জগতত এভুমুকি
অৱয়ব
শিক্ষা জগতত এভুমুকি ড০ গিৰীশ বৰুৱাৰ এখন প্ৰবন্ধ সংকলন৷ সংকলন খনৰ প্ৰকাশক যোৰহাটৰ সব্যসাচী প্ৰকাশ৷ ২০২৪ চনত সংকলন খনৰ প্ৰথম সংস্কৰণ ছপা হয়৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- উপনিষদে এজন সম্পূৰ্ণ মানুহ অন্নময় কোষ, প্ৰণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ আৰু আনন্দময় কোষৰ দ্বাৰা নিৰ্মিত বুলি কৈছে৷[১]
- সমাজ পৰিবৰ্ত্তনশীল৷ এই পৰিবৰ্ত্তনশীল সমাজৰ চাহিদা এক স্থিতিশীল দৰ্শনে পূৰাব নোৱাৰে৷[২]
তথ্যসুত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰুৱা, ড০ গিৰীশ (২০২৪)। শিক্ষা জগতত এভুমুকি। সব্যসাচী প্ৰকাশ, যোৰহাট-১, অসম, পৃষ্ঠা:১৩-১৪। ISBN: 978-81-964122-3-4।
- ↑ বৰুৱা, ড০ গিৰীশ (২০২৪)। শিক্ষা জগতত এভুমুকি। সব্যসাচী প্ৰকাশ, যোৰহাট-১, অসম, পৃষ্ঠা:২৫। ISBN: 978-81-964122-3-4।