লৰ্ড বাইৰন
অৱয়ব

জৰ্জ গৰ্ডন (নোৱেল) বাইৰন, ৬ষ্ঠ বেৰন বাইৰন (২২ জানুৱাৰী ১৭৮৮ – ১৯ এপ্ৰিল ১৮২৪), সাধাৰণতে লৰ্ড বাইৰন নামেৰে পৰিচিত, এজন ইংৰাজ কবি আৰু ৰোমান্টিকতাবাদৰ আগশাৰীৰ ব্যক্তি আছিল। তেওঁৰ পিতৃ আছিল গণিতজ্ঞ আডা লাভলেছ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সেই দুখীয়া কুকুৰটো—জীৱনৰ সঁচা বন্ধু,
প্ৰথমে আদৰিবলৈ, প্ৰথমে ৰক্ষা কৰিবলৈ।[১]
- যদি মই মূৰ্খ, অন্ততঃ মই সন্দেহবাদী মূৰ্খ; আৰু কাৰো আত্মধাৰ্মিকতাৰ জ্ঞানক মই ঈৰ্ষা নকৰো।[২]
- সদায় পাৰিলে হাঁহিব, ই সস্তীয়া ঔষধ।[৩]
- “বন্ধুত্ব হৈছে ডেউকা নথকা প্ৰেম!”[৪]
- "জীৱনত চাৰিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে... পবিত্ৰ কি? আত্মা কিহৰ পৰা গঠিত? কিহৰ বাবে জীয়াই থকাৰ যোগ্য আৰু কিহৰ বাবে মৃত্যুৰ যোগ্য? এই সকলোবোৰৰ উত্তৰ একেই: 'কেৱল প্ৰেম।'"[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Inscription on the monument of a Newfoundland dog (1808).
- ↑ Journal for Saturday, 27th November 1813; Quoted in Letters and Journals of Lord Byron by Thomas Moore (1830), Vol III, Chap. XVII, p. 208
- ↑ Goodreads https://www.goodreads.com Quotes by Lord Byron (Author of Selected Poems)
- ↑ L’Amitié est l’amour sans ailes (1806, pub 1831)
- ↑ https://timesofindia.indiatimes.com/life-style/books/features/quote-of-the-day-by-lord-byron-there-are-four-questions-of-value-in-life-what-is-sacred-what-is-the-spirit-made-of-/articleshow/127842679.cms