লেনিন
অৱয়ব

ভ্লাদিমিৰ ইলিচ লেনিন (ইংৰাজী: Vladimir Ilyich Lenin) (ৰাছিয়ান নাম Врадимир ильич Ленин) জন্ম ভ্লাদিমিৰ ইলিচ উলিয়ানভ (২২ এপ্ৰিল ১৮৭০ (১০ এপ্ৰিল (O.S.)) – ২১ জানুৱাৰী ১৯২৪) আজিল এজন ৰাছিয়ান বিপ্লৱী তথা বলছেভিক কমিউনিষ্ট দলৰ নেতা, ছোভিয়েট ইউনিয়নৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু লেনিনবাদৰ মূল তত্ত্ববিদ আছিল। ১৮৯৮ চনত তেওঁ বিপ্লৱী নাদেজ্দা ক্ৰুপস্কায়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]
ৰাছিয়াত পুঁজিবাদৰ বিকাশ (১৮৯৯)
[সম্পাদনা কৰক | উৎস সম্পাদনা]( The Development of Capitalism in Russia) (1899)
- পুঁজিবাদৰ প্ৰগতিশীল ঐতিহাসিক ভূমিকাক দুটা সংক্ষিপ্ত বক্তব্যত সামৰি ল’ব পাৰি: সামাজিক শ্ৰমৰ উৎপাদনশীল শক্তিৰ বৃদ্ধি, আৰু সেই শ্ৰমৰ সামাজিকৰণ। কিন্তু এই দুয়োটা পৰিঘটনাই ৰাষ্ট্ৰীয় অৰ্থনীতিৰ বিভিন্ন শাখাত অত্যন্ত বৈচিত্ৰময় প্ৰক্ৰিয়া হিচাপে প্ৰকাশ পায়।
- অষ্টম অধ্যায়
দলীয় সংগঠন আৰু দলীয় সাহিত্য (১৯০৫)
[সম্পাদনা কৰক | উৎস সম্পাদনা](Party Organization and Party Literature)(1905)
- প্ৰতিজন ব্যক্তিয়ে নিষেধাজ্ঞা অবিহনে নিজৰ ইচ্ছামতে লিখিবলৈ আৰু ক’বলৈ স্বাধীন। কিন্তু প্ৰতিটো স্বেচ্ছাসেৱী সংগঠন (দলকে ধৰি) দলৰ নাম ব্যৱহাৰ কৰি দল বিৰোধী মত প্ৰচাৰ কৰা সদস্যক বহিষ্কাৰ কৰিবলৈও স্বাধীন। বাক আৰু সংবাদ মাধ্যমৰ স্বাধীনতা সম্পূৰ্ণ হ’ব লাগিব। কিন্তু তেতিয়া সংগঠন গঠনৰ স্বাধীনতাও সম্পূৰ্ণ হ’ব লাগিব। বাক স্বাধীনতাৰ নামত মই আপোনালোকক চিঞৰ-বাখৰ, মিছা কথা কোৱা, মোৰ ইচ্ছামতে লিখাৰ সম্পূৰ্ণ অধিকাৰ দিবলৈ বাধ্য। কিন্তু সংগঠন গঠনৰ স্বাধীনতাৰ নামত আপোনালোকে মোক এটা বিশেষ মতাদৰ্শৰ প্ৰচাৰ কৰাসকলৰ লগত জড়িত বা বিচ্ছিন্ন হোৱাৰ অধিকাৰ দিবলৈ বাধ্য। দলটো এনে এক স্বেচ্ছামূলক সংগঠন যিটো দলবিৰোধী মতামত প্ৰচাৰ কৰাসকলৰ পৰা নিজকে পৰিষ্কাৰ নকৰিলে অনিবাৰ্যভাৱে বিভাজিত হ’ব—প্ৰথমে মতাদৰ্শগতভাৱে আৰু তাৰ পিছত শাৰীৰিকভাৱে।
ৰাষ্ট্ৰ আৰু বিপ্লৱ(১৯১৭)
[সম্পাদনা কৰক | উৎস সম্পাদনা]http://www.marxists.org/archive/lenin/works/1917/staterev The State and Revolution (August - September 1917)
- "ৰাষ্ট্ৰ কেৱল এটা শ্ৰেণীৰ আন এটা শ্ৰেণীক দমন কৰাৰ আহিলা।"
- "যেতিয়ালৈকে ৰাষ্ট্ৰ থাকিব তেতিয়ালৈকে স্বাধীনতা নাথাকিব। স্বাধীনতা আহিলে আৰু ৰাষ্ট্ৰ নাথাকিব।"
- "সশস্ত্ৰ লোকেই হৈছে প্ৰকৃত গণতন্ত্ৰৰ ভেটি।"
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- TIME 100: V.I. Lenin by David Remnick, (13 April 1998)
- Lenin Internet Archive Biography
- Marxists.org Lenin Internet Archive
- Marx2Mao.org - Lenin Internet Library
- Article on Lenin written by Trotsky for the Encyclopedia Britannica
- Reminiscences of Lenin by N. K. Krupskaya
- Impressions of Soviet Russia by John Dewey
- Information on Lenin's Grave
- The Lenin Museum in Tampere, Finland
- Lenin and the First Communist Revolutions
- Mirrors of Moscow: Nikolai Lenin by Louise Bryant
- Nicolai Lenin : His Life and Work by G. Zinovieff
- "The Personality and Power of Nikolai Lenin" from Raymond Robins' Own Story by William Hard (1920)
- Statues and portraits of Lenin
- "The Ghosts of Lenin Abound" in The Moscow News Weekly (15 January 2009)
- Lenin's speech (video) - Lenin speech with subtitles
- Lenin in color
- Selected works
- The Development of Capitalism in Russia
- What is to be Done?
- One Step Forward, Two Steps Back
- Reply by N. Lenin to Rosa Luxemburg
- Two Tactics of Social-Democracy in the Democratic Revolution
- Materialism and Empirio-Criticism
- The Right of Nations to Self-Determination
- Imperialism, the Highest Stage of Capitalism
- The State and Revolution
- How to Organise Competition?
- The April Theses
- The Proletarian Revolution and the Renegade Kautsky
- Left-Wing Communism : An Infantile Disorder
- Lenin's Testament
- Lenin's last letter to Stalin

