লুই পেষ্টুৰ
অৱয়ব

লুই পেষ্টুৰ (ইংৰাজী: Louis Pasteur ; জন্ম: ২৭ ডিচেম্বৰ ১৮২২ – মৃত্যু: ২৮ ছেপ্টেম্বৰ ১৮৯৫) ফৰাচী অণুজীৱবিজ্ঞানী, ৰসায়নবিদ, "ৰোগ তত্ত্বৰ জীৱাণু তত্ত্বৰ পথ প্ৰদৰ্শক", আণৱিক বিষমতা আৰু ষ্টেৰিঅ'-ৰসায়ন বিজ্ঞানৰ আৱিষ্কাৰক আৰু পেষ্টুৰাইজেচন প্ৰক্ৰিয়াৰ উদ্ভাৱক।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৰ্যবেক্ষণৰ ক্ষেত্ৰত সুযোগে কেৱল প্ৰস্তুত মনটোকহে সহায় কৰে।[১]
- মই ৰহস্যৰ দুৱাৰমুখত থিয় হৈছো, আৰু ক্ৰমান্বয়ে ওৰণিখন পাতল হৈ পাতল হৈ আহিছে।
- - পত্ৰ (ডিচেম্বৰ ১৮৫১); জন এম বেৰীৰ দ্য গ্ৰেট ইনফ্লুৱেঞ্জা: দ্য এপিক ষ্ট'ৰী অৱ দ্য ডেডলিয়েষ্ট প্লেগ ইন হিষ্ট্ৰী (২০০৪)ত উদ্ধৃত কৰা অনুসৰি
- সৌভাগ্যই প্ৰস্তুত মনটোক অনুকূল কৰে।[২]
- বিজ্ঞানৰ কোনো দেশ নাই; কাৰণ জ্ঞান সকলো মানৱ জাতিৰ সম্পদ আৰু ইয়েই জগতখনক আলোকিত কৰে।[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Serendipity and the Prepared Mind: An NHLBI Intramural Researcher’s Breakthrough Observations. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2026.
- ↑ ২.০ ২.১ Louis Pasteur Quotes. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2026.