যাত্ৰিকৰ ডায়েৰি
যাত্ৰিকৰ ডায়েৰি অভিজিত শৰ্মা বৰুৱাৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন গ্ৰন্থ।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- কথাবোৰ কৈ গ'লে সহজে কোনেও বিশ্বাস নকৰিব। কিন্তু জীৱনৰ বিশিষ্ট্যি সেইখিনিত। ই কিছুমান অবাস্তৱ যেন লগা অদ্ভুত ঘটনাৰ সমষ্টি।