সমললৈ যাওক

মৃত্যুৰ আগৰ স্টপেজত

ৱিকিউদ্ধৃতিৰ পৰা

মৃত্যুৰ আগৰ স্টপেজত কবি সনন্ত তাঁতিৰ এখন কাব্য সংকলন৷ গুৱাহাটীৰ লয়াৰ্ছ বুক ষ্টলৰ পৰা ১৯৯৬ চনত সংকলনখন প্ৰথম প্ৰকাশ হৈছিল৷

  1. "মোৰ প্ৰজাতিৰ নাম কবি৷ কবিসকল ছিন্নমূল আন্তৰ্জাতিক
    সাম্প্ৰদায়িকতাহীন৷"[]
  2. "তেজে তুমৰুল হৈ উঠা তেওঁৰ জীৱন মোৰ কবিতা
    তেওঁ মোৰ কবিতা
    তেওঁ মোৰ মা৷"[]
  3. "মোক নষ্ট কৰি থৈ গ'ল মোৰ অস্থিৰ চকু দুটাই
    যাৰ মাজেদি সোমাই আহিছিল সকলো ভুল৷"[]
  4. "কালৈকো ভয় নকৰোঁ কেৱল নিজৰ বাহিৰে৷"[]
  1. তাঁতি, সনন্ত (১৯৯৬)। মৃত্যুৰ আগৰ স্টপেজত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী -১, অসম, পৃষ্ঠা:১৪।
  2. তাঁতি, সনন্ত (১৯৯৬)। মৃত্যুৰ আগৰ স্টপেজত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী -১, অসম, পৃষ্ঠা:২৭।
  3. তাঁতি, সনন্ত (১৯৯৬)। মৃত্যুৰ আগৰ স্টপেজত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী -১, অসম, পৃষ্ঠা:৪২।
  4. তাঁতি, সনন্ত (১৯৯৬)। মৃত্যুৰ আগৰ স্টপেজত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী -১, অসম, পৃষ্ঠা:৫৪।