সমললৈ যাওক

মাৰ্টিনা নাভ্ৰাটিলোভা

ৱিকিউদ্ধৃতিৰ পৰা

মাৰ্টিনা নাভ্ৰাটিলোভা ( ইংৰাজী:Martina Navratilova,জন্ম: ১৮ অক্টোবৰ ১৯৫৬) এগৰাকী বিশ্ববিখ্যাত টেনিছ খেলুৱৈ। তেওঁ চেকোস্লোভাকিয়াত জন্মগ্ৰহণ কৰি পিছত আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। তেওঁ মহিলা টেনিছ ইতিহাসৰ অন্যতম সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য, যিয়ে ১৮টা গ্ৰেণ্ড স্লেম একক আৰু বহু ডাবলছ খিতাপ জিকিছে। শক্তিশালী খেল, ফিটনেছ আৰু মানসিক দৃঢ়তাৰ বাবে তেওঁ বিশ্বজুৰি প্ৰশংসিত।

  1. “যিজনে কয় জিকা-হৰা গুৰুত্বপূর্ণ নহয়, তেওঁ হয়তো হাৰিছিল।”[]
  2. “মই কেৱল মনোযোগ ৰাখোঁ মনোযোগ দিয়াতেই।”[]
  3. “বিফলতাৰ ভয় থাকিলে সফলতা সম্ভৱ নহয়।”[]
  4. “জড়িত থকা আৰু সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰ মাজৰ পাৰ্থক্য স্পষ্ট।”[]
  1. Martina (১৯৮৫)
  2. Martina (১৯৮৫)
  3. Shape Your Self (১৯৯৪)
  4. Martina (১৯৮৫)