মদিৰা
অৱয়ব
মদিৰা / মদ / সুৰা হ'ল এলকহল নামৰ এক বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মদিৰাই শৰীৰ আৰু আত্মা দুয়োৰে বিনাশ ঘটায়।
- যেতিয়া মানুহে তৃতীয় পিয়লা লয়, তেতিয়া মদিৰাই মানুহক পান কৰে।
- Hokekyō Sho, বৌদ্ধ সংস্কৃত গ্ৰন্থ
- যেতিয়া মদিৰা ভিতৰলৈ যায়, তেতিয়া সত্য বাহিৰ হৈ ওলায়।
- চাৰ্লছ ডিকেঞ্চ, Nicholas Nickleby, Chapter 27. (1838)
- যেতিয়া মদিৰা ভিতৰলৈ যায়, তেতিয়া বুদ্ধি বাহিৰলৈ ওলায়।
- Thomas Becon, Catechism, 375