সমললৈ যাওক

মণিষা কৈৰালা

ৱিকিউদ্ধৃতিৰ পৰা
২০০৮ চনত মণিষা কৈৰালা

মণিষা কৈৰালা (ইংৰাজী: Manisha Koirala; জন্ম: ১৬ আগষ্ট ১৯৭০) ভাৰতীয় চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ মূলতঃ বলিউডৰ হিন্দী চলচ্চিত্ৰ জগতৰ লগত জড়িত।

  • মই বঁটাৰ প্ৰতি বিশেষ গুৰুত্ব নিদিওঁ আৰু কেতিয়াও ইয়াৰ ওপৰত বিশেষ চিন্তা কৰা নাই। আৰু যিয়েই নহওক, বঁটা লাভ কৰিবলৈ মানুহে খেলা খেলবোৰ মই খেলিব নোৱাৰো। [১]
  • মই কোনো পুৰুষৰ বাবে দুৱাৰমেট হ’বলৈ অস্বীকাৰ কৰো। মই কেতিয়াও কাকো মোক ইফালে সিফালে ঠেলিবলৈ নিদিওঁ। মই মোৰ নিজৰ মিষ্ট্ৰেছ। [২]
  • নিজৰ স্বাস্থ্যৰ প্ৰতি সক্ৰিয় আৰু দায়বদ্ধ হওক। কাৰণ আপুনি নিজৰ বাবে যি কৰিব পাৰে সেয়া আন মানুহে কৰিব নোৱাৰে। [৩]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: