ভাৰ্জিনিয়া উলফ
অৱয়ব

এডেলিন ভাৰ্জিনিয়া ষ্টিফেন (জন্ম: ২৫ জানুৱাৰী ১৮৮২ – মৃত্যু : ২৮ মাৰ্চ ১৯৪১), এগৰাকী ব্ৰিটিছ লেখিকা, বিংশ শতিকাৰ অন্যতম আগশাৰীৰ আধুনিকতাবাদী/নাৰীবাদী সাহিত্যিক ব্যক্তি হিচাপে গণ্য কৰা হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যদি আপুনি নিজৰ বিষয়ে সঁচা কথা নকয় তেন্তে আপুনি আন মানুহৰ বিষয়ে সঁচা কথা ক’ব নোৱাৰে।[১]
- - "এন আনৰাইটেন নভেল" প্ৰথম প্ৰকাশ ১৯২০ চনত।
- স্বাধীনতা উপভোগ কৰিবলৈ আমি নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ Virginia Woolf Quotes. আহৰণ কৰা হৈছে: 8 এপ্ৰিল 2026.
- ↑ “The Eyes of Others Are Our Prisons; Their Thoughts our Cages” (Virginia Woolf). আহৰণ কৰা হৈছে: 8 এপ্ৰিল 2026.
- ↑ Virginia Wolf’s 7 Most Powerful Wisdom on How to Live a Fulfilling Life. আহৰণ কৰা হৈছে: 8 এপ্ৰিল 2026.