বিপন্ন বিস্ময় খেল (উপন্যাস)
অৱয়ব
বিপন্ন বিস্ময় খেল ৰঞ্জু হাজৰিকাৰ দ্বাৰা ৰচিত উপন্যাস । ২০১৯ চনৰ মে' মাহত জ্যোতি প্ৰকাশনে গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে । ২০২৪ চনত গ্ৰন্থখনে সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰে। [১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ৰঞ্জু হাজৰিকা (২০১৯)। বিপন্ন বিস্ময় খেল। জ্যোতি প্ৰকাশন।