সমললৈ যাওক

বাৰ্বাৰা কিংছলভাৰ

ৱিকিউদ্ধৃতিৰ পৰা
বাৰ্বাৰা কিংছলভাৰ

বাৰ্বাৰা কিংছলভাৰ (ইংৰাজী: Barbara Kingsolver ; জন্ম: ৮ এপ্ৰিল, ১৯৫৫) এগৰাকী আমেৰিকাৰ কল্পকাহিনী লেখিকা। তেওঁ বহুতো উপন্যাস আৰু কবিতা লিখিছে, আৰু "সামাজিক পৰিৱৰ্তনৰ সাহিত্য"ৰ বাবে বেলৱেদাৰ বঁটা প্ৰতিষ্ঠা কৰিছে।

  • পত্নী নিজেই পৃথিৱীৰ দৰে যিখনে হাত সলনি কৰে,আৰু ঘাঁৰ দাগবোৰ বহন কৰে।
- দ্য পইজনউড বাইবেল (১৯৯৮)
  • স্মৃতি এটা জটিল বস্তু, সত্যৰ আত্মীয়, কিন্তু ইয়াৰ যমজ নহয়।[][][]
  • কেতিয়াবা প্ৰাকৃতিক নিয়মতকৈ মাতৃত্বৰ শক্তি অধিক হয়।[]
  1. “Memory is a complicated thing. A relative to truth, but not its twin.” — Barbara Kingsolver. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2026.
  2. SleuthSayers. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2026.
  3. ৩.০ ৩.১ Barbara Kingsolver Quotes. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2026.