ফিয়ডৰ দস্তয়েভস্কি
অৱয়ব

ফিয়ডৰ মিখাইলোভিচ দস্তয়েভস্কি (ইংৰাজী: : Fyodor Mikhailovich Dostoevsky ; জন্ম: ১১ নৱেম্বৰ, ১৮২১ – মৃত্যু : ৯ ফেব্ৰুৱাৰী, ১৮৮১) এজন ৰাছিয়ান ঔপন্যাসিক, চুটিগল্প লেখক, ৰচনাকাৰ আৰু সাংবাদিক আছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- দুখৰ উৎস জনাটোৱেই আটাইতকৈ ডাঙৰ সুখ।[১]
- মানুহে কেৱল নিজৰ কষ্ট গণনা কৰি ভাল পায়, কিন্তু আনন্দৰ হিচাপ নকৰে।[১]
- যদি ঈশ্বৰৰ অস্তিত্ব নাই, তেন্তে সকলো অনুমোদিত।[১]
- কাৰোবাক ভালপোৱা মানে তেওঁক ঈশ্বৰে সৃষ্টি কৰা ধৰণে দেখা।[১][২]
- শিশুৰ সান্নিধ্যত আত্মা সুস্থ হৈ উঠে।[২]
- মানুহ এটা ৰহস্য; যদি আপুনি গোটেই জীৱন ইয়াক উন্মোচন কৰিবলৈ চেষ্টা কৰে, তেন্তে আপুনি সময় নষ্ট কৰিলে বুলি নকওক। মই এই ৰহস্যটোৰ ওপৰত আকৰ্ষিত হৈ পৰিছো কাৰণ মই মানুহ হ’ব বিচাৰো।[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ Fyodor Dostoevsky Quotes. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.
- ↑ ২.০ ২.১ ২.২ Fyodor Dostoevsky উক্তি. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.