পৰাগ জ্যোতি মহন্তৰ নিৰ্বাচিত কবিতা
অৱয়ব
পৰাগ জ্যোতি মহন্তৰ নিৰ্বাচিত কবিতা কবি পৰাগ জ্যোতি মহন্তৰ এখন কাব্য সংকলন। সব্যসাচী প্ৰকাশনে প্ৰকাশ কৰা সংকলনখনৰ প্ৰথম প্ৰকাশ ২০২৫ বৰ্ষৰ নৱেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "একেখন চোতালতে ভোজ-ভাত খাই থকা ভেলাঘৰ বোৰ দপদপকৈ জ্বলিছে। ধোৱা হৈ উৰিছে বাহঁৰ আগত বগলী এজাক।"[১]
- "ধূলিয়ে পুতিছে পুৰণি সাঁচিপাত,আদিম অৰণ্য,চৰাইৰ পো-পোৱালি।"[২]
- "তিনিটা বান্দৰ যেন বান্দৰ নহয়,অথচ একেটাই বান্দৰ,বান্দৰৱালাই শিকলিত ধৰি নচুৱাই থকা সেইটো বান্দৰ।"[৩]