সমললৈ যাওক

পৃথিৱীৰ অসুখ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

পৃথিৱীৰ অসুখ হৈছে যোগেশ দাসৰ গল্প সংকলন।১৯৮০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা সংকলনটি মুঠ ১৬ টা গল্পৰ সমষ্টি।

  • কিন্তু চাকৰিতো নেপাওঁ-অসমত ধান-চাউল পোৱা গ'লেও চাকৰি পোৱা নাযায়-"আচাম ত্ৰিবিউন"ৰ ছেকেন্ড পেজ চাই দৰ্খাস্ত কিমান কৰিলোঁ -শেষত দৰ্খাস্ত পঠিয়াবলৈ আইক পইচা খুজিবলৈ লাজ লগা হ'ল-[]
  1. পৃথিৱীৰ অসুখ, পৃষ্ঠা. ৫.