সমললৈ যাওক

পিতামহৰ শৰশয্যা

ৱিকিউদ্ধৃতিৰ পৰা

পিতামহৰ শৰশয্যা নামৰ এখন অসমীয়া উপন্যাস পুথি। এইখন ড° মানিক শইকীয়াই ৰচনা কৰে। ই এখন সামাজিক উপন্যাস। প্ৰকাশ চন ২০২২।

  1. একলব্য। বনৰীয়া ঘোঁৰাৰ দৰে তেজী আৰু পোহ নমনা স্বভাৱৰ এক জাজ্বল্যমান প্ৰতিভাৰ নাম।[]
  1. শইকীয়া মানিক (২০২২)। পিতামহৰ শৰশৰ্য্যা। সব্যসাচী প্ৰকাশ, পৃষ্ঠা:৩৩।