সমললৈ যাওক

পানী শিলনিৰ গাজ

ৱিকিউদ্ধৃতিৰ পৰা

পানী শিলনিৰ গাজ জুনু বুঢ়াগোহাঞি নাথৰ এখন অসমীয়া কবিতাৰ পুথি। কবিতা পুথিখনৰ প্ৰকাশক শংকৰদেৱ প্ৰকাশন।

  1. "যন্ত্ৰণাৰ শিলনিত কেৱল পৃথিৱীয়েই ঘূৰেনে
    অস্তাচলৰ বুকুত কেৱল বেলিটোৱেই ডুবেনে
    ৰাতিৰ আঁচলত কেৱল জোনটোৱেই হাঁহেনে
    সময়ৰ ঠিকনা বিচাৰি
    মৌনতা- একো নকলেও তুমি বহুবল্কী জানানে?"[]
  1. বুঢ়াগোহাঞি নাথ,জুনু (নৱেম্বৰ,২০২১)। পানী শিলনিৰ গাজ। শংকৰদেৱ প্ৰকাশন, নগাঁও, পৃষ্ঠা:৮০।